তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক
প্রয়োজনীয় ক্ষেত্রসমূহ পূৰণ কৰি নিবন্ধন কৰক।
OTP দি আপোনাৰ মোবাইল নম্বৰটো সত্যাপিত কৰক।
আবেদন পত্ৰখন সম্পূৰ্ণ কৰক।
পূৰ্বলোকণ কৰি আবেদন পত্ৰখন জমা দিয়ক।
সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে ব্য়বহাৰ কৰক
- প্ৰাৰ্থী সকলে আবেদন কৰা আগত বিজ্ঞাপনটো স্পষ্টকৈ পঢ়ে যেন Click Here.
- ফটোগ্ৰাফৰ বাবে
- ফটোগ্ৰাফ ৰঙীন আৰু পটভূমি বগা হব লাগিব।
- টোকা: ফটোগ্ৰাফ ১০০ কেবি'ৰ তলত হ'ব লাগিব (জেপেগ, জেপিজি, পিএনজি আৰ্হি গ্ৰহন কৰা হ'ব)।
- চহী বা অংগুষ্ঠ চাপৰ বাবে
- চহী বা অংগুষ্ঠ চাপ বগা কাগজত আৰু নীলা বা ক'লা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লাগিব
- টোকা: চহী বা অংগুষ্ঠ চাপ ৫০ কেবি'ৰ তলত হ'ব লাগিব (জেপেগ, জেপিজি, পিএনজি আৰ্হি গ্ৰহন কৰা হ'ব)।
- আপলডৰ বাবে নথি পত্ৰ সমূহ:
- শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আৰু মাৰ্কস্বিত।
- আৰ্থিক ভাবে পিছপৰা সকলৰ বাবে EWS প্ৰমাণ প্ৰত্ৰ (যদিহে প্ৰযোজ্য)।
- অনূসুচীত জাতি, অনূসূচীত জনজাতি আৰু অন্যান্যভাবে পিচপৰা জাতিৰ অনৰ্গত প্ৰাৰ্থীসকলৰ বাবে জাতি/বৰ্ণৰ প্ৰমান পত্ৰ (যদিহে প্ৰযোজ্য) ।
- টোকা: স্কেন নথি পত্ৰ সমূহ ২০০ কেবি কেবি'ৰ তলত হ'ব লাগিব (জেপেগ, জেপিজি, পিএনজি আৰ্হি গ্ৰহন কৰা হ'ব)।